lime-potlimestone

limerick (English) [ IPA: ˈlɪmərɪk ASM: লিমাৰিক]
Contributed by: Partha P Sarmah on 2007-03-30
1. Literature(Abstract Noun-Neuter) A short humorous poem with five lines. The two long first lines rhyme with each other and are followed by two short lines that rhyme with each other. The last, long line rhyme with the first two. পাঁচশাৰীৰ ব্যংগাত্মক কবিতা| প্ৰথম দুশাৰী দীঘলীয়া আৰু এক ছন্দযুক্ত| তৃতীয় আৰু চতুৰ্থ শাৰী চুটী, দুয়োশাৰী এক পাৰষ্পৰিক মিল থকা নতুন ছন্দেৰে গঠিত| শেষশাৰী আকৌ দীঘল আৰু প্ৰথম দুশাৰীৰ সৈতে একে ছন্দৰ।