Mandarmandatory

mandate (English) [ IPA: ˈmænˌdeɪt ASM: মেনডেট]
Contributed by: Ranjita Pegu on 2007-01-29
1. (Abstract Noun) an authoritative direction or instruction. এক কৰ্ত্তৃত্বদৰ্শী নিৰ্দ্দেশনা বা শাসনৰ সুৰত দিয়া নিৰ্দেশ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-01-25
2. Political Science(Verbal Noun) a command or authorization to act in a particular way on a public issue given by the electorate to its representative. কোনো ৰাজহুৱা বিষয়ত এক নিৰ্দ্দিষ্ট ধৰণে কাম কৰিবলৈ জনসাধাৰণে নিজৰ প্ৰতিনিধিক মতদানৰ জৰিয়তে দিয়া কৰ্ত্তৃত্ব বা আদেশ।