mistMister

mistake (English) [ IPA: məˈsteɪk ASM: মিষ্টেইক্]
1. (Abstract Noun) a deviation from accuracy or correctness; the condition of believing what is not true শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা

2. (Verb-Intran.) to make mistake unintentionally অজ্ঞাতে কোনো কাম যেনেকৈ কৰিব লাগে তেনেকৈ নকৰি অন্য ধৰণে কৰা৷