musk melonmusket

musk-deer (English) [ IPA: musk-deer ASM: মাস্ক-ডিয়েৰ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-23
1. Animal(Common Noun-Common) small, true deer-like animals belonging to the genus Moschus, the adult males of which possess a musk gland that secrete a scented fluid used to attract mates. মস্কাচ প্ৰজাতিৰ অন্তৰ্গত এজাতি সৰু পহু, যাৰ পূৰ্ণবয়স্ক মতাবোৰৰ গন্ধ-যুক্ত জুলীয়া পদাৰ্থ প্ৰস্তুত কৰা এক গ্ৰন্থি থাকে৷ এই গন্ধযুক্ত পদাৰ্থৰ দ্বাৰা সিহঁতে যৌন সঙ্গমৰ বাবে মাইকী পহুক আকৰ্ষণ কৰে৷