namabatanamai

namaboli (English) [ IPA: নামাৱলী ASM: নামাৱলী]
Contributed by: Biraj Kumar Kakati on 2009-12-15
1. (Material Noun-Neuter) A chadar used by the priests in the Hindu rituals. The chadar has god & goddess name imprinted on it. হিন্দু ধৰ্মীয় অনুষ্ঠানত পুৰোহিতে ব্যৱহাৰ কৰা এখন চাদৰ/চেলেং ৷ এই চেলেঙখনত দেৱ-দেৱীৰ নামৰ চাব থাকে ৷
English: namaboli,
Assamese: নামাৱলী