neppvrNeptunium

neptune (English) [ IPA: ˈnepˌtuːn ASM: নেপটুন]
1. Astronomy(Proper Noun-Neuter) The eighth planet from the Sun and the fourth largest, with a diameter almost four times that of Earth. Neptune is a gas giant with a very active weather system, exhibiting extremely long and powerful storms with the fastest winds observed in the solar system. Neptune`s axis is tilted 28.8° from the plane of its orbit, and its summer and winter seasons each last 40 years. For a period of 20 years out of every 248, Pluto`s highly elliptical orbit crosses within that of Neptune, making Neptune the farthest planet from the Sun during that period. Neptune has four faint rings and 13 known moons and appears blue due to the absorption of red light by the methane within its atmosphere. সৌৰজগতৰ অষ্টম গ্ৰহ আৰু আকাৰত ইয়াৰ স্থান চতুৰ্থ ৷ নেপচুন এটা গেছীয় গ্ৰহ আৰু ইয়াতে সৌৰজগতৰ আটাইতকৈ বেছি বেগত বতাহ চলাৰ উমান পোৱা গৈছে ৷ ইয়াৰ অক্ষই কক্ষতলৰ সৈতে ২৮.৮° কোণ কৰি আছে ৷ ইয়াৰ ঋতুকাল ২০ বছৰীয়া আৰু কেৱল গ্ৰীষ্ম আৰু শীতকাল হোৱা দেখা যায় ৷ নেপচুনৰ চাৰিটা বলয় আৰু ১৩ টা উপগ্ৰহ আছে ৷ ইয়াত থকা মিথেন গেছে সূৰ্য্যৰশ্মিৰ ৰঙা ৰং শোষণ কৰাৰ বাবে নেপচুন গ্ৰহৰ বৰণ নীলা ৷
English: neptune,
Assamese: নেপচুন