occupantoccupational disease

occupation (English) [ IPA: ˌɑkjəˈpeɪʃən ASM: অকুপেচন]
1. (Abstract Noun) The activity one does for living or earning ধন আৰ্জি জীৱন নিৰ্বাহ কৰিবৰ বাবে কৰা কাম-কাজ

Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-04-01
2. (Abstract Noun) actual holding or occupancy, either with or without rights of ownership. মালিকীস্বত্ত্ব থকা বা নথকাকৈ কোনো বস্তু বা সম্পত্তি অধিকাৰ কৰি থকা৷