ok-karjangokai
ok-klem (Karbi)
English: quake, quiver, shake, tremble, vibrate,
Assamese: কঁপ, বিচলিত কৰ্, বিহ্বল কৰ্,
Mising: dan, engun,
Karbi: ok-klem,
Dimasa: mao,
Tiwa: jangkhre’,
b. Proper Adj.-Neuter: কম্পমান, থৰহৰি
English: horripilate, shaken,
Assamese: উজাৰ খা, উজৰ্, জঁকিয়া, জাকি মাৰ্, জিকাৰ খা, জিকাৰ মাৰ্, ভুবুৰিয়া, শহৰ্, শিহৰ্, শিয়ঁৰি উঠ্, শিয়ৰ্,
Karbi: ok-klem, thiriktet,
Dimasa: tortor mao,
1. (Verb-Intran.) to shake involuntarily with quick, short movements, as from fear, excitement, weakness, or col
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷
ভয়, উত্তেজনা, দুৰ্বলতা অথবা ঠাণ্ডাৰ কাৰণে খৰকৈ জোকাৰণি খা৷
Assamese: কঁপ, বিচলিত কৰ্, বিহ্বল কৰ্,
Mising: dan, engun,
Karbi: ok-klem,
Dimasa: mao,
Tiwa: jangkhre’,
Related Ideas:
a. Verb-Trans.: agitate, shake, shudder, আউৰা, আলোড়িত কৰb. Proper Adj.-Neuter: কম্পমান, থৰহৰি
2. (Verb-Intran.) Cause (someone's) hair to stand on end and to have goosebumps.
ভয়, জাৰ, ঘৃণা আদিৰ কাৰণে হোৱা শিহৰণ আৰু তাৰ ফলত গাৰ নোম থিয় হ |