pangkhakpangpar

pangolin (English) [ IPA: ˈpæŋgələn ASM: পেংগুলিন]
Contributed by: Prasenjit Khanikar on 2008-03-05
1. Animal(Common Noun-Common) Pangolins or scaly anteaters are mammals in the order Pholidota. There is only one extant family (Manidae) and one genus (Manis) of pangolins, comprising eight species. "Pangolin" is a Malaysian word for "rolling up into a ball," with which the pangolin does to protect itself from enemies.
The physical appearance of pangolins is marked by large, hardened, plate-like scales. Three of the five toes on the forefeet are well developed and have large strong claws. The size of pangolins varies by species, ranging from 30 cm to 100 cm.
The Pangolins are found in East Africa, Sudan, Central African Republic, and the southern region of Africa with the exception of the coastal; with the exception of the coastal Cape region; India and Southeast Asia.
The cape pangolin lives on the ground, but some other species are quite adept in the trees. It is toothless, and uses its long sticky tongue to captures these insects. It is a nocturnal creature. If attacked, the pangolin can curl itself into an armored ball and sometimes attacks enemies by slashing with its very sharp scales on its tail. It can also spray a foul-smelling liquid.
The female delivers a single young after a 140 day gestation period, and holds onto the mother with its tail. She can protect the baby by wrapping herself around it in a ball. Now a days it’s highly endangered. আফ্ৰিকা আৰু এছিয়া মহাদেশত দেখিবলৈ পোৱা এবিধ চাৰিঠেঙীয়া জন্তু । জেঠী সদৃশ প্ৰকাণ্ড দেহটো ৰৌ-মাছৰ দৰে বাকলিৰে আবৃত । ইয়াৰ নেজ বৰ দীঘল আৰু কাণ সৰু । দেহৰ আকাৰ ৩০ – ১০০ ছে.মি.লৈকে হোৱা দেখা যায় ।
বেছিভাগ বন-ৰৌ/কেমটাই মাটিত বাস কৰে কিন্তু কিছুমান বনৰৌ গছতো বাস কৰে । ইহঁতে সাধাৰণতে শুকান, বালীঅহীয়া ঠাইত থাকি ভাল পায় । আফ্ৰিকাৰ পূৱ, মধ্য আৰু দক্ষিণ ভাগ, ছুদান , ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াত এইবিধ জন্তু পোৱা যায় । ইহঁত নিশাচৰ; সাধাৰণতে অকলে থাকি ভাল পায় আৰু কেৱল মিলনৰ সময়তহে যোৰ পাতি থাকে । ঘ্ৰাণশক্তি বৰ বেছি আৰু ইয়াৰ সহায়তে খাবলৈ পোক-পতঙ্গ বিচাৰি উলিয়ায় । দাঁত নাই যদিও আঠা লগা জিভাখনেৰে পোক-পতঙ্গ ধৰিব পাৰে । ইহঁতক কোনোবা শত্ৰুয়ে আক্ৰমণ কৰিলে বল এটাৰ দৰে নিজৰ দেহাটো মেৰিয়াই লয় আৰু কেতিয়াবা দেহত থকা বাকলিৰে শত্ৰুক আক্ৰমণ কৰে । ইহঁতে বেয়া গন্ধ থকা জুলীয়া দ্ৰব্য নিঃসৰণ কৰিব পাৰে ।
বৰ্তমান বনৰৌ বিলুপ্তপ্ৰায় প্ৰাণী বুলি চিনাক্ত কৰা হৈছে |