pod(Language: English; Transcription: )Related words: null
Meaning 1:
(Common Noun) Pods are long rather round or flat fruit. Generally it grows up in a creeper plants like peas, beans etc. these are edible. Peacock tree, Flea Tree, Golden shower tree also produced pod, but these are not edible.
কোনো কোনো গছৰ দীঘলীয়া অথচ চেপেতা বা গোটা ফল ৷ পৈণত অৱস্হাত ইয়াৰ ভিতৰত সৰুৰ পৰা মজলীয়া বিধৰ গুটি হয় ৷ ইয়াৰে কিছুমান ফল (ছিৰা) খাদ্য হিচাবে ব্যৱহাৰ কৰা হয় যেনে; লেছেৰা, মটৰ, উৰহী ইত্যাদি৷ অন্যহাতে কৃষ্ণচূড়া, শিৰীষ বা সোণাৰুৰ ফল (ছিৰা) খাদ্যৰ উপযোগী নহয়৷
Related Ideas: None
Meaning 2:
(Material Noun) a long array of fruits/seeds within a sheeth
এটা আৱৰণৰ ভিতৰত থকা গছৰ ফল বা গুটিৰ দীঘলীয়া লানি বা শাৰী
Related Ideas: None