pocket moneypodgy
pod (English) [ IPA: ˈpɑd ASM: পড]
Contributed by: Atul Ch. Kakoti on 2009-06-02
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-03
pod (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-13
pod (English) [ IPA: ˈpɑd ASM: পড]
Contributed by: Atul Ch. Kakoti on 2009-06-02
1. Vegetables(Common Noun-Neuter) Pods are long rather round or flat fruit. Generally it grows up in a creeper plants like peas, beans etc. these are edible. Peacock tree, Flea Tree, Golden shower tree also produced pod, but these are not edible. কোনো কোনো গছৰ দীঘলীয়া অথচ চেপেতা বা গোটা ফল ৷ পৈণত অৱস্হাত ইয়াৰ ভিতৰত সৰুৰ পৰা মজলীয়া বিধৰ গুটি হয় ৷ ইয়াৰে কিছুমান ফল (ছিৰা) খাদ্য হিচাবে ব্যৱহাৰ কৰা হয় যেনে; লেছেৰা, মটৰ, উৰহী ইত্যাদি৷ অন্যহাতে কৃষ্ণচূড়া, শিৰীষ বা সোণাৰুৰ ফল (ছিৰা) খাদ্যৰ উপযোগী নহয়৷
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-03
Ref: চন্দ্ৰকান্ত অভিধান
2. Plants(Material Noun-Neuter) a long array of fruits/seeds within a sheeth এটা আৱৰণৰ ভিতৰত থকা গছৰ ফল বা গুটিৰ দীঘলীয়া লানি বা শাৰীpod (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-13
3. (Abstract Noun) Part of a poem with two rhyming lines each containing fourteen letters. দুফাঁকি কথাৰ প্ৰতি ফাঁকিত চৈধ্যটা আখৰ থকা আৰু প্ৰতি দুফাঁকিৰ শেষৰ আখৰ মিলা এবিধ অসমীয়া ছন্দ ৷