poihotturpoila

poikilothermic (English) [ IPA: ˌpɔɪkəloʊˈθərmɪk ASM: পইকিল’থাৰ্মিক]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-03
1. Zoology(Proper Adj.-Common) designating or pertaining to animals, as fishes and reptiles, whose blood temperature ranges from the freezing point upward, in accordance with the temperature of the surrounding medium মাছ আৰু সৰীসৃপৰ দৰে প্ৰাণীসূচক, যাৰ তেজৰ উষ্ণতা হিমাংকতকৈ অধিক আৰু চাৰিওকাষৰ মাধ্যমৰ উষ্ণতাৰ ওপৰত নিৰ্ভৰশীল