Ramgangaramiferous

ramie (English) [ IPA: ˈreɪmiː ASM: ৰেমি]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-20
1. Plants(Proper Noun-Neuter) an Asian perennial plant (Boehmeria nivea) of the nettle family. The strong lustrous bast fiber of ramie capable of being spun or woven; fabric made of ramie often resembling linen or silk এছিয়া মহাদেশৰ বিভিন্ন দেশত, বিশেষকৈ চীনদেশ, মালয়েছিয়া আদিত বিস্তৃতভাৱে খেতি কৰা এবিধ আঁহযুক্ত গছ ৷ ইয়াৰ আঁহ কাপোৰ বোৱাৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু আঁহবোৰ পাট সূতাৰ দৰে হয় ৷
English: ramie, rhea,
Assamese: ৰিহা