social distancingDONATE social science

social novel (English)
Contributed by: Himasri Das on 2023-08-25
1. (Abstract Noun) it is a work of fiction in which a prevailing social problem, such as gender, race, or class prejudice, is dramatized through its effect on the characters of a novel. ই কল্পকাহিনীৰ ৰচনা য`ত লিংগ, জাতি বা শ্ৰেণী পক্ষপাতিত্বৰ দৰে প্ৰচলিত সামাজিক সমস্যাক উপন্যাসৰ চৰিত্ৰসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱৰ জৰিয়তে নাটকীয় ৰূপ দিয়া হয়৷