गराइ गारिगराय खारनाय

गराय (Bodo) [ Roman: go.rai]
Contributed by: Karishma Boro on 2022-10-21
1. Animal(Common Noun-Common) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads. চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷

Contributed by: Karishma Boro on 2023-06-02
2. (Abstract Noun) Domestic animals, such as cattle or horses, raised for home use or for profit, especially on a farm. গৰু, ম’হ আদি ঘৰচীয়া জন্তু৷ (এইবোৰক নিজৰ অৰ্থনৈতিক লাভালাভৰ বাবে লালন-পালন কৰা হয় বা ইয়াৰ পৰা উপাৰ্জন হয় বাবে ইয়াক অৰ্থৰ লগত তুলনা কৰা হয়)৷