छायाछिट छिटो खानु

छायाट्मज (Nepali)
Contributed by: Sitaram Upadhyaya on 2015-06-06
1. Astronomy(Proper Noun-Neuter) the planet sixth in order from the sun, having an equatorial diameter of 74,600 mi. (120,000 km), a mean distance from the sun of 886.7 million mi. (1427 million km), a period of revolution of 29.46 years, and 21 known moons. It is the second largest planet in the solar system, encompassed by a series of thin, flat rings composed of small particles of ice. সূৰ্য্যৰ পৰা দূৰত্বৰ ষষ্ঠ স্থানত থকা গ্ৰহ, যাৰ বিষুৱীয় দৈৰ্ঘ্য ৭৪,৬০০ মাইল (১,২০,০০০ কিলোমিটাৰ), সূৰ্য্যৰ পৰা গড় দূৰত্ব ৮৮৬.৭ নিযুত মাইল (১৪২৭ নিযুত কিলোমিটাৰ), সূৰ্য্যক প্ৰদক্ষিণ কৰিবলৈ লগা সময় ২৯.৪৬ বছৰ আৰু যাৰ ২১ টা উপগ্ৰহ আছে ৷ বৰফৰ ক্ষুদ্ৰ কণাৰে নিৰ্মিত এলানি ঠেক, চেপেটা আঙঠিৰে আৱৰা ই সৌৰজগতৰ দ্বিতীয় বৃহত্ গ্ৰহ৷