बिसोरबिसोरनि

बिसोरखौ (Bodo) [ Roman: bi.swr.khw]
Contributed by: Nwgwt Gwra Brahma (नोगोत गोरा ब्रह्म) on 2008-12-12
1. (Pronoun-Common) the object form of 'they' e.g. I met them yesterday at Tinsukia. ’তেওঁলোক’ৰ কৰ্ম ৰূপ৷ যেনে: মই পৰহি তেওঁলোকক/সিহঁতক/তাহাঁতক তিনিচুকীয়াত লগ পাইছিলোঁ৷ (সিসকলক আৰু তেৰাসকলক মান্যবাচক,গুৰু, ভকত আদিৰ প্ৰসংগত সাধাৰণতে ব্যৱহাৰ হয়৷ ৷ কেতিয়াবা মন্ত্ৰী, বিষয়া আদিক কটাক্ষ কৰিও ব্যৱহাৰ হয়৷)