मुहि गोनांमुहिनि फोनां

मुहिनाय (Bodo) [ Roman: mu.hi.nai]
Contributed by: Karishma Boro on 2023-04-05
1. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি

Contributed by: Karishma Boro on 2023-04-05
2. (Abstract Noun) a strong or extravagant fondness, enthusiasm, or desire for anything কিহবাৰ প্ৰতি এক তীব্ৰ বা অতিমাত্ৰা ভাল লগা ভাৱ, উছাহ বা আগ্ৰহ

Contributed by: Karishma Boro on 2023-04-05
3. Hinduism(Verbal Noun) the act of subduing by charm মন্ত্ৰোচ্চাৰণৰ দ্বাৰা বশ বা দমন কৰা কাৰ্য্য