मेलेरिया बेराममेहन्दी

मेवा (Nepali)
Contributed by: Sitaram Upadhyaya on 2015-04-17
1. Fruits(Common Noun-Common) Large palmlike plant (Carica papaya; family Caricaceae), cultivated throughout the tropics and warm subtropics, and its succulent juicy fruit. A popular breakfast fruit in many countries, it is also used in salads, pies, sherbets, juices, and confections. The juice of the unripe fruit contain an enzyme that is useful in various remedies for indigestion and in meat tenderizers গ্ৰীষ্মপ্ৰধান আৰু উপ-ক্ৰান্তীয় অঞ্চলৰ খেতি কৰা আৰু মঙহাল, ৰসযুক্ত ফল লগা তালগছৰ দৰে এক ওখ গছ (কেৰিকা পাপায়া; গণ: কেৰিকেচি)। বহুদেশত এইবিধ ফল পুৱাৰ আহাৰত খোৱা হয়। ইয়াক চালাড, ৰসাল পানীয় আৰু আন আন খাদ্য প্ৰস্তুত কৰাৰ কাৰণেও ব্যৱহাৰ কৰা হয়। কেঁচা ফলত এক উৎসেচক থাকে, যাক বদহজমৰ ঔষধৰূপে আৰু মাংস কোমল কৰিবলৈ ব্যৱহাৰ কৰা হয়।