रजनीरजे

रजनीगन्धा (Bodo) [ Roman: ro.jo.ni gan.gha]
Contributed by: Karishma Boro on 2022-10-19
1. Flowers(Common Noun-Neuter) It is a prominent plant in Indian culture and mythology. It is a night-blooming plant. The flowers are used in wedding ceremonies, garlands, decoration and various traditional rituals. ৰাতি ফুলা এবিধ সুগন্ধি ফুলৰ গছ ৷ ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত ইয়াৰ এক বিশিষ্ট স্থান আছে ৷ ইয়াৰ সুগন্ধি ফুল বিবাহ অনুষ্ঠানত, পুষ্পমালা তৈয়াৰ কৰিবলৈ আৰু নানান পৰম্পৰাগত মাঙ্গলিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয় ৷