राशनराष्ट्र

राशि (Bodo) [ Roman: ra.se]
Contributed by: Karishma Boro on 2022-11-27
1. (Abstract Noun) an area of the sky through which the sun, moon and most of the planets appear to move, divided into twelve equal parts, each with a name and symbol, and each connected with an exact time of year: আকাশৰ এটা এলেকা, য`ত সূৰ্য্য, চন্দ্ৰ আৰু প্ৰায়বিলাক গ্ৰহে বিচৰণ কৰে। ইয়াক ১২ টা সমান ভাগত ভাগ কৰি প্ৰতিটো ভাগৰ একোটা নাম দিয়া আছে আতু প্ৰতিটো ভাগেই বছৰৰ এক নিৰ্দ্দিষ্ট সময়ৰ সৈতে জড়িত।

राशि (Nepali)
Contributed by: Sitaram Upadhyaya on 2015-04-26
2. (Abstract Noun) the number of a given item present in a place. কোনো ঠাইত থকা এটা বস্তুৰ জোখ বা সংখ্যা