लाबोनायलामा

लाभगोनां (Bodo) [ Roman: lab.gw.nang]
Contributed by: Karishma Boro on 2023-05-25
1. (Abstract Noun) The monetary surplus left to a producer or employer after deducting wages, rent, cost of raw materials. দৰমহা, ভাড়া, কেঁচামালৰ বাবে হোৱা ব্যয় আদি বাদ দিয়াৰ পাছত উত্পাদক বা নিয়োগকাৰীৰ হাতত ৰৈ যোৱা অতিৰিক্ত ধন

Contributed by: Karishma Boro on 2023-05-25
2. (Proper Adj.-Neuter) which leads to the increase of wealth or money. যি সম্পত্তি বা ধনৰ বৃদ্ধি কৰিব পাৰে; যাৰ পৰা আৰ্থিক লাভ হয়।