स्वीकार गर्नुस्वीकृति

स्वीकार्य (Hindi)
Contributed by: Sitaram Upadhyaya on 2015-07-31
1. (Verbal Adj.) that may be allowed or conceded যিটো মানি ল’ব পাৰি বা অনুমতি দিব পাৰি

Contributed by: Sitaram Upadhyaya on 2015-07-05
2. Language-Linguistics(Abstract Noun) apart from grammaticality whether a sentence is acceptable in a particular context in terms of its choice of words etc. For example: even if `the dog passed away yesterday` may be a grammatically correct sentence, it is not acceptable in normal use. Instead it could be `the dog died yesterday`. ব্যাকৰণৰ নীতি-নিয়ম মনাৰ লগতে যথাযথ শব্দৰ ব্যৱহাৰ কৰি সজা বাক্য৷ কেৱল ব্যাকৰণৰ নীতি সিদ্ধ হলেই বাক্য এটা গ্ৰহণীয় নহ’বও পাৰে, যেনেঃ (১)কালি ৰাতি আমাৰ কুকুৰটোৱে নৰনাট সামৰিলে/ বা (২) কুকুৰটো ঢুকাল (৩)সেই বিশ্ববৰেণ্য পণ্ডিতগৰাকী কালি মৰিল৷ ইয়াত (১) আৰু (২) ত মৰিল আৰু (৩) ত ঢুকাল, মহাপুৰুষৰ লগত নৰনাট সামৰিলে ব্যৱহাৰ কৰিলেহে বাক্য কেইটা গ্ৰহণীয় হ’ব৷ অন্যথা ব্যাকৰণৰ দিশৰ পৰা শুদ্ধ হ’লেও এই বাক্য কেইটা গ্ৰহণীয় নহয়৷

स्वीकार्य (Nepali)
Contributed by: Sitaram Upadhyaya on 2015-07-31
3. (Verbal Adj.) that may be allowed or conceded যিটো মানি ল’ব পাৰি বা অনুমতি দিব পাৰি

Contributed by: Sitaram Upadhyaya on 2015-07-05
4. Language-Linguistics(Abstract Noun) apart from grammaticality whether a sentence is acceptable in a particular context in terms of its choice of words etc. For example: even if `the dog passed away yesterday` may be a grammatically correct sentence, it is not acceptable in normal use. Instead it could be `the dog died yesterday`. ব্যাকৰণৰ নীতি-নিয়ম মনাৰ লগতে যথাযথ শব্দৰ ব্যৱহাৰ কৰি সজা বাক্য৷ কেৱল ব্যাকৰণৰ নীতি সিদ্ধ হলেই বাক্য এটা গ্ৰহণীয় নহ’বও পাৰে, যেনেঃ (১)কালি ৰাতি আমাৰ কুকুৰটোৱে নৰনাট সামৰিলে/ বা (২) কুকুৰটো ঢুকাল (৩)সেই বিশ্ববৰেণ্য পণ্ডিতগৰাকী কালি মৰিল৷ ইয়াত (১) আৰু (২) ত মৰিল আৰু (৩) ত ঢুকাল, মহাপুৰুষৰ লগত নৰনাট সামৰিলে ব্যৱহাৰ কৰিলেহে বাক্য কেইটা গ্ৰহণীয় হ’ব৷ অন্যথা ব্যাকৰণৰ দিশৰ পৰা শুদ্ধ হ’লেও এই বাক্য কেইটা গ্ৰহণীয় নহয়৷