অংকুৰিত হ্অংগক

অংগ (Assamese) [ Roman: ong.go Origin: সং. (হেম১৩)]
alt: অঙ্গ
Contributed by: Kishor Kumar Barman on 2006-03-30
1. (Common Noun) The full or proper portion or part allotted or belonging to or contributed or owed by an individual or group. কোনো বস্তুৰ গঠন বা নিৰ্মাণত ব্যৱহাৰ হোৱা সৰু অংশ

2. (Material Noun-Neuter) A differentiated part of an organism, such as an eye, wing, or leaf, that performs a specific function. জীৱদেহৰ কোনো বিশেষ অংশ, যি এটা নিৰ্দ্দিষ্ট কাম কৰে; যেনেঃ চকু, পাখি বা পাত|
English: body part, organ,
Assamese: অংগ,
Hindi: अंग

Example Sentences:

1. অংগ দান এক মহান কাম।

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
3. Historial(Proper Noun-Neuter) In ancient India, one of the sixteen Mahajanapada(releam) ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
English: Anga,
Assamese: অংগ, অঙ্গ