অংগিকাঅংগী

অংগিৰা (Assamese) [ Roman: ong.gi.ra Origin: সং.]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-19
1. Geology(Proper Noun-Neuter) the third star of Big Dipper সপ্তৰ্ষি মণ্ডলৰ তৃতীয় নক্ষত্ৰ

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-04-12
2. (Proper Noun-Masculine) A sage who authored many 'shlokas' of the Rig Veda এজন ঋষি, ব্ৰহ্মাৰ মানস পুত্ৰ, দুই পুত্ৰ উতথ্য আৰু বৃহস্পতি, এওঁ ঋক বেদৰ বহুতো শ্লোক ৰচনা কৰিছিল
English: Angira,
Assamese: অংগিৰা, অঙ্গিৰা

Example Sentences:

1. ঋষি অংগিৰাই কৰ্দম ঋষিৰ কন্যা শ্ৰদ্ধাক বিয়া কৰাইছিল।
2. 0