অক্সিজেনঅক্ৰূৰ
অক্ৰিয় (Assamese) [ Roman: o.kri.yo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-17
English: inactive, numb, passive, still,
Assamese: অক্ৰিয়, অকৰ্তা, অকৰ্ত্তা, অকৰ্মা, অনুদ্যত, অনুদ্যোগী, অনুৎসাহী, অৱশ, নিচেষ্ট, নিশ্চেষ্ট, নিষ্ক্ৰিয়, নিষ্কৰ্মা, নিৰুৎসাহী, নিৰুৎসুক,
Bodo: बर मोनै जानाय,
Nepali: थकाइ, थकान, निष्क्रियता
অক্ৰিয় (Assamese) [ Roman: o.kri.yo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-09-17
1. (Proper Adj.-Common &/or Masculine) Devoid of activities. Not functioning or operating; out of use. কাম কৰিব নোৱাৰা, কোনো লৰচৰ নোহোৱা
Assamese: অক্ৰিয়, অকৰ্তা, অকৰ্ত্তা, অকৰ্মা, অনুদ্যত, অনুদ্যোগী, অনুৎসাহী, অৱশ, নিচেষ্ট, নিশ্চেষ্ট, নিষ্ক্ৰিয়, নিষ্কৰ্মা, নিৰুৎসাহী, নিৰুৎসুক,
Bodo: बर मोनै जानाय,
Nepali: थकाइ, थकान, निष्क्रियता