অগাধঅগিয়ান-টলকা
অগিয়ান (Assamese) [ Roman: o.gi.yan]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
English: ass, dolt, dopey, dummy, moron, nincompoop, silly, stupid,
Assamese: অকৰা, অগিয়ান, অজ, অবিজ্ঞ, অলগৰ্ধ, আংবাংsfx , আহম্মক, আহামখ, উজবুক, গাধ, জ্ঞানহীন, টুলুঙা, দুৰ্ধী, নিৰ্বুদ্ধি, পাতল, বুদ্ধিশূন্য, বুদ্ধিহীন, বুদ্ধু, বুৰ্বক, ভদা bo , মতিহীন, মন্দ, মন্দবুদ্ধি, মন্দমতি, মুৰ্খ, মূৰুখ, মূৰুখমতি, মূৰ্খ,
Bodo: आदुवा,
Hindi: बुद्धिहीन, बेवकुफ, मन्दबुद्धि, मुर्ख,
Nepali: बुद्धिहीन, मन्दबुद्धि, मुर्ख,
Deori: চুতামি বতেয়া, নিজিয়ামা
অগিয়ান (Assamese) [ Roman: o.gi.yan]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-21
1. (Common Noun) a person showing lack of sense. বুদ্ধি নোহোৱা মানুহ।