অগঢ়ীঅগৰি মচি

অগৰা (Assamese) [ Roman: o.go.ra]
dfc: -খিনি, -জোপা
Contributed by: Atul Ch. Kakoti on 2009-05-15
1. Plants(Common Noun) A kind of wild plant with a brunch of sting fruit used as a pot-herb . সৰু সৰু হুলৰে থোপাথোপিকৈ লগা এবিধ সৰু উদ্ভিদ ৷ ইয়াক লাওপানী বা সাজপানী তৈয়াৰীত ব্যৱহাৰ কৰা হয় ৷

Contributed by: Anjali Sonowal on 2009-05-18
2. (Material Noun-Neuter) The last drops of water or milk given to a person at the dying moment. মৰণ কালত মানুহৰ মুখত দিয়া গাখীৰ বা পানী ।
Assamese: অগৰা

অগৰা (Deori) [ Roman: o.go.ra]
Contributed by: Harshita Hazarika on 2022-11-07
3. Handicraft(Material Noun-Neuter) A device, usually an arrangement of straps or wires, placed over an animal's mouth to prevent the animal from biting, eating, etc. In Assamese culture the particular meaning of muzzle goes to those which are made up of bamboo. কামুৰিব বা খাৱ নোৱৰাকৈ জন্তুৰ মূখ ধাকিবলৈ ব্যৱহাৰ কৰা ফিটা বা তাঁৰৰ এবিধ যতন । অসমীয়া সংস্কৃতিত এইটো বিশেষকৈ বাঁহ বা বেতেৰে বনোৱা হয় ৷
English: muzzle,
Assamese: মোখোৰা,
Khasi: ka khmut,
Karbi: khangra, sirkang,
Deori: অগৰা