অঙ্ক-বিদ্যাঅঙ্কগত

অঙ্ক-শাস্ত্ৰ (Assamese) [ Roman: ong.ko.xas.tro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-15
1. Mathematics(Abstract Noun) A group of related sciences, including algebra, geometry, and calculus, which use a specialized notation to study number, quantity, shape, and space. বিজ্ঞানৰ কেইটিমান সংলগ্ন বিষয়, যেনেঃ পাটীগণিত, জ্যামিতি, অৱকলন, অনুকলন আদিৰ সমূহীয়া অধ্যয়ন ৷ ইয়াতে সাংকেতিক চিহ্নৰ সহায়ত নম্বৰ, পৰিমাণ, আকাৰ আৰু স্থান আদি বুজোৱা হয় ৷