অচলপতিঅচলাধিপ
অচলা (Assamese) [ Roman: o.so.la]
Contributed by: Atul Ch. Kakoti on 2009-07-19
English: determined, resolved, undaunted,
Assamese: অচলা, একনিষ্ঠ, একমনা, ঐকান্তিক, কৃতনিশ্চয়, কৃতসঙ্কল্প, দৃঢ়, দৃঢ়প্ৰতিজ্ঞ, দৃঢ়ব্ৰত, দৃঢ়মনা, দৃঢ়সংকল্প, বদ্ধপৰিকৰ, মনডাঠ, সঙ্কল্পিত, সবলচেতা, স্থিৰ, স্থিৰব্ৰত, স্থিৰসংকল্প,
Deori: তিৰাং-নমা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-22
English: Lakshmi, Laxmi,
Assamese: অচলা, অজিতবল্লভা, অনুশ্ৰী, অম্বুজা, ইন্দিৰা, কমলা, কমলালয়া, কমলাসনা, কমলিকা, কাৱ্যশ্ৰী, ক্ষীৰাব্ধিজা, চক্ৰিকা, জয়ন্তী, জলনিধিজা, ধনদা, নাৰায়ণী, পদ্মা, পদ্মালয়া, লক্ষ্মী, লখিমী, শতদলবাসিনী, হৰিনেত্ৰনিৱাসিনী, হৰিপ্ৰিয়া, ৰমা,
Bodo: लोक्षी,
Mising: ko:je-yanggo,
Bangla: লক্ষ্মী,
Deori: মিনুচি, লকি
অচলা (Assamese) [ Roman: o.so.la]
Contributed by: Atul Ch. Kakoti on 2009-07-19
1. (Proper Adj.-Common) Showing determination or firmness of purpose উদ্দেশ্যৰ ক্ষেত্ৰত কঠোৰতা বা স্থিৰতা দেখুওৱা
Assamese: অচলা, একনিষ্ঠ, একমনা, ঐকান্তিক, কৃতনিশ্চয়, কৃতসঙ্কল্প, দৃঢ়, দৃঢ়প্ৰতিজ্ঞ, দৃঢ়ব্ৰত, দৃঢ়মনা, দৃঢ়সংকল্প, বদ্ধপৰিকৰ, মনডাঠ, সঙ্কল্পিত, সবলচেতা, স্থিৰ, স্থিৰব্ৰত, স্থিৰসংকল্প,
Deori: তিৰাং-নমা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-22
2. Hinduism(Proper Noun-Feminine) the goddess of wealth according to Hindu faith. Wife of Lord Vishnu and daughter of Lord Shiva and Parvati, thus sister of Ganesh and Saraswati. হিন্দু বিশ্বাস অনুসৰি ধন সম্পত্তিৰ দেৱী৷ ভগৱান বিষ্ণুৰ পত্নী৷