অতিথিপৰায়ণতাঅতিথিৰ

অতিথিশালা (Assamese) [ Roman: o.ti.thi.xa.la]
co.adj: ডাঙৰ~, সুন্দৰ~, সৰু~, plc: -বোৰ, -সমূহ, dfc: -টো
Contributed by: Rashmi Rekha Dutta on 2006-06-30
1. (Common Noun-Common) An establishment that provides lodging and usually meals and other services for travelers and other paying guests. মূল্যৰ বিনিময়ত অতিথিক থাকিবলৈ আশ্ৰয় আৰু সাধাৰণতে খাদ্যৰ যোগান ধৰা প্ৰতিষ্ঠান।