অতিশাব্দিকঅতিশয়

অতিশ্ৰুতি (Assamese) [ Roman: o.ti.sru.ti]
Contributed by: Mousumi Konwar on 2023-01-04
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. Language-Linguistics(Verb-Trans.) the assimilation of sounds which is a type of sound change in linguistics where, in a word, a vowel is pronounced more like a following vowel or semi vowel. এক প্ৰকাৰৰ শব্দৰ সমীভৱন যিটো ভাষাবিজ্ঞানৰ শব্দ পৰিৱৰ্তন এটা ভাগ, য`ত শব্দত স্বৰবৰ্ণৰ উচ্চাৰণ পৰৱৰ্তী স্বৰ বা অৰ্ধস্বৰৰ দৰে হয়৷
English: umlaut,
Assamese: অতিশ্ৰুতি