অতিসম্প্ৰতিঅতিৰঞ্জন

অতিসাৰ (Assamese) [ Roman: o.ti.xar]
Contributed by: Atul Ch. Kakoti on 2009-09-09
1. Medical Science(Abstract Noun-Neuter) Excessive and frequent evacuation of watery feces, usually indicating gastrointestinal distress or disorder. পেটত তাপ আৰু অজীৰ্ণ হৈ ঘনাই শৌচ কৰা ৰোগ৷ সাধাৰণতে খাদ্যত বিষক্ৰিয়া হৈ বা অন্ত্ৰত ৰোগৰ সংক্ৰমণৰ বাবে হয়৷