অত্যাচাৰিণীঅত্যাধিক শ্ৰম

অত্যাচাৰী (Assamese) [ Roman: o.tya.sa.ri]
fm: অত্যাচাৰিণী, plc: -বোৰ, -সকল, dfc: -গৰাকী, -জন, -জনী, -টো
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-16
1. (Proper Adj.-Common) harsh and demanding strict obedience. লোকৰ প্ৰতি অন্যায় আচৰণ কৰা৷

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-16
2. (Common Noun-Common &/or Masculine) one who treat in a very harsh and unfair way. দুষ্ট ব্যৱহাৰকাৰী, অন্যায় আচৰণ কৰোঁতা ।