অধিবাসীঅধিবিদ্যা

অধিবাস্তৱবাদ (Assamese) [ Roman: o.dhi.bas.tob.bad]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-20
1. Art and Culture(Abstract Noun) A cultural movement that began in the early 1920s, and is best known for its visual artworks and writings. The aim was to "resolve the previously contradictory conditions of dream and reality." পশ্চমীয়া কলাৰ এটা ধাৰা৷ ১৯২০চনমানৰ পৰা আৰম্ভ৷ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক অৱক্ষয় আৰু খহনীয়াৰ পৰা ইয়াৰ জন্ম৷ কলাৰ প্ৰায়বোৰ ধাৰা, যেনে- চিত্ৰ, কবিতা, গান, নাটক সকলোতে এই ধাৰা ফুটি উঠিছিল৷ কোৱা হয়- সপোন আৰু বাস্তৱৰ মাজত থকা বৈপৰীত্ব দূৰ কৰিবলৈ- এই ধাৰাৰ জন্ম৷