অধিবেশনঅধিভাষা তত্ত্ব

অধিবৰ্ষ (Assamese) [ Roman: o.dhi.bor.xo]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. (Abstract Noun) A year in the Gregorian calendar having 366 days, with the extra day, February 29, intercalated to compensate for the quarter-day difference between an ordinary year and the astronomical year. গ্ৰেগৰিয়ান পঞ্জিকাত থকা ৩৬৬ দিনাৰ এটা বছৰ, য’ত এটা সাধাৰণ বছৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ বছৰৰ মাজত থকা এক-চতুৰ্থাংশ দিনৰ পাৰ্থক্যটো আতঁৰাবলৈ ফেব্ৰুৱাৰী মাহত এটা অতিৰিক্ত দিন যোগ কৰি ২৯ দিনীয়া কৰা হয় ৷