অনুপ্ৰাণিত কৰ্অনুপ্ৰেৰণা

অনুপ্ৰাস (Assamese) [ Roman: o.nu.prax]
Contributed by: Partha P Sarmah on 2007-08-27
1. Literature(Abstract Noun) the repeated use of the same letter, usually consonant sound, at the beginning of words which are close together in a line of verse or prose as in: 'Five miles meandering with a mazy motion' OR 'Betty Botter bought some butter...' কবিতা বা গদ্যৰ ওচৰা-ওচৰিকৈ থকা শব্দৰ প্ৰথম বৰ্ণ, সাধাৰণতে ব্যঞ্জন ধ্বনিৰ বাৰম্বাৰ ব্যৱহাৰ| যেনে: “বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা, বকুল বাগৰিছে ববছা বনতে বুটলি বিলাওঁগৈ ব’লা”