অন্ত্যমিলঅন্ত্যেষ্টি

অন্ত্যস্তৰ (Assamese) [ Roman: on.tyo.stor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-06
1. Biology(Abstract Noun) the final stage of meiosis or mitosis, in which the separated chromosomes reach the opposite poles of the dividing cell and the nuclei of the daughter cells form around the two sets of chromosomes দৈহিক বা হ্ৰাসাত্মক কোষ বিভাজনৰ অন্তিম স্তৰ, য’ত বিভাজিত ক্ৰমজ’মবিলাক গৈ কোষৰ দুই বিপৰীত প্ৰান্ত পায় আৰু ক্ৰমজ’মৰ দুই গোটক আৱৰি অপত্য কোষৰ কোষকেন্দ্ৰ কেইটা গঠন হয়