অন্ত্ৰৰঅন্তৰ-স্পৰ্শী

অন্তৰ (Assamese) [ Roman: on.tor]
Contributed by: Anjali Sonowal on 2009-12-04
1. (Abstract Noun) The human consciousness that originates in the brain and is manifested especially in thought, perception, emotion, will, memory, and imagination. মানুহৰ মগজুত উদ্ভৱ হোৱা চেতনা যাৰ দ্বাৰা মানুহৰ ইচ্ছা, আকাঙ্ক্ষা, বিষয়, বাসনা, কল্পনা আদিৰ বহিঃপ্ৰকাশ হয় ৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-09
2. (Abstract Noun) The quality or condition or amount by which two or more items are not similar. দুই বা ততোধিক বস্তু একে নোহোৱা গুণ, অৱস্থা বা তাৰ পৰিমাণ।

Contributed by: Sitaram Upadhyaya on 2015-03-22
3. (Abstract Noun) Centre of thought, feeling and emotions মানুহৰ মন, অনুভূতি বা চিন্তাৰ কেন্দ্ৰ

অন্তৰ (Rabha)
Contributed by: Pranati Rabha on 2021-10-23
4. (Abstract Noun) The human consciousness that originates in the brain and is manifested especially in thought, perception, emotion, will, memory, and imagination. মানুহৰ মগজুত উদ্ভৱ হোৱা চেতনা যাৰ দ্বাৰা মানুহৰ ইচ্ছা, আকাঙ্ক্ষা, বিষয়, বাসনা, কল্পনা আদিৰ বহিঃপ্ৰকাশ হয় ৷