অপক্ৰিয়াঅপকৰ্ষ

অপকৰ্ম (Assamese) [ Roman: o.po.kor.mo]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Abstract Noun) A transgression of a religious or moral law, especially when deliberate. ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।

Contributed by: Partha P Sarmah on 2007-03-18
2. Legal(Abstract Noun) a civil wrong not exclusively the breach of a contract or the breach of a trust; wrong (not criminal) committed to somebody or other's property, something which disturbs but is not a crime কাৰোবাক বা কাৰোবাৰ সম্পত্তিৰ অপকাৰ সাধন কৰা। অশান্তি দিয়া ধৰণৰ বেয়া কাম, কিন্তু যিটোক অপৰাধ বুলিব নোৱাৰি