অপাৰকতাঅপাৰগতা

অপাৰগ (Assamese) [ Roman: o.po.rag]
Contributed by: ৰূপকমল on 2007-03-31
1. (Proper Adj.-Common) not capable of doing something কোনো কাম কৰাৰ ক্ষমতা নথকা, কৰিবলৈ সমৰ্থ নোহোৱা

Contributed by: Anjali Sonowal on 2011-02-27
2. (Proper Adj.) not fully developed, not being as wise and calm as people expect from one's age or experience পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা