অবিদিতঅবিদ্যমান
অবিদিতে (Assamese) [ Roman: o.bi.di.te]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-04
English: secretly,
Assamese: অগোচৰে, অন্তৰি, অপ্ৰকাশ্যে, অবিদিতে, আঁতে-আঁতে, আঁৰত, আঁৰে আঁৰে, আলেঙে-আলেঙে, গুপুতে, গুপুতে-গুপুতে, গুপ্তভাৱে, গোপনে, চোৰাংকৈ, তলে তলে, থাপ-থুপকৈ, থাপে-থুপে, নিভৃতে, নিমুৱাকৈ, ভিতৰি, ভিতৰি-ভিতৰি, ভিতৰুৱাকৈ, ভিতৰে ভিতৰে, মন`ক মিথে bo , মনে মনে, লুং-লুং কৰে, লুকাই, লুকাই-চুৰকৈ, লোকচক্ষুৰ অন্তৰালত, সংগোপনে, সংগোপে,
Deori: কুম-কুমনা, চ্চিকুম-চ্চিকুমনা, তিতিচ্চা, লাচেং-বচেংনা
অবিদিতে (Assamese) [ Roman: o.bi.di.te]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-12-04
1. (Adverb) done or carried out without the knowledge of others আন কোনোৱে জানিব নোৱাৰাকৈ