অভাৱনীয়অভা‌ৱ

অভাৱী (Assamese) [ Roman: o.bha.bi]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-16
1. (Proper Adj.) one who lacks money and wealth যাৰ টকা-পইচা আৰু সম্পত্তি নাই
English: destitute, impoverished, indigent, penniless, poor,
Assamese: অকিঞ্চন, অঙ্গস্ত্ৰ, অতিদীন, অভাৱগ্ৰস্ত, অভাৱী, অৱস্থাহীন, কঙাল, কঙালী, কঙ্গাল, কটঙা, কপৰ্দক শূণ্য, কপৰ্দকশূন্য, কপৰ্দকহীন, খল্তি-ধোৱা, গিদা-উদি, গৰিব, গৰীব, ছাল-ছিগা, টোকোনা, ডালদৰিদ্ৰ, তকম্বৰি, ততৰিয়া, ততৰীয়া, তলা-উদি, দালদৰিদ্ৰ, দীন, দীন-হীন, দুঃস্থ, দুইখা bo , দুখীয়া, দৰিদ্ৰ, ধনহীন, নান্নং-নবস্ত্ৰং, নিঃকিন, নিঃসম্বল, নিঃস্ব, নিচলা, নিধনী, নিষ্কিঞ্চন, নিৰন্ন, নিৰ্ধন, নিৰ্ধনী, নোম-দৰিদ্র, যোত্ৰহীন, লাং টোকোনা, লাউলোৱা, লাওলোৱা অৱস্থা, লুঠুঙা, লুঠুমা, সম্পদহীন, সম্বলহীন, সৰ্ব্বহাৰা, হাত-উদি, হাত-খালি,
Bodo: गलाम, गोरिब, मावरिया,
Mising: opan,
Khasi: baduk,
Garo: cholgri, kangal,
Meeteilon: karimata leitaba, lairaba,
Hmar: pasie,
Nagamese: dukhia, gorib,
Dimasa: dukhisa, giri-sa, gorib,
Tai: কুন্ ফান্, ফান,
Hindi: कंगाल,
Deori: কিৰি, জাবা, দিঁজাবা, দুকিয়া, নিচলা, বল-কিৰি, লাৰবাং-তাৰবাং, লুতুঙা

Antonyms:

a. Proper Adj.-Common: exuberant, opulent, prosperous, rich, wealthy...

Different POS:

b. Abstract Noun: penury, poverty, অভাৱগ্ৰস্ততা, আকিঞ্চন, গৰিবী...

Higher Magnitude:

c. Proper Adj.-Common &/or Masculine: destitute, indigent, নিছলা...