অভিব্যক্তিঅভিব্যক্তিহীন

অভিব্যক্তিবাদ (Assamese) [ Roman: o.bhi.byok.ti.bad]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-07
1. Biology(Abstract Noun) a theory that the various types of animals and plants have their origin in other preexisting types and that the distinguishable differences are due to modifications in successive generations. এটা আদি কাৰণ বা পাৰ্থিৱ কোনো ৰূপৰ পৰা সকলো প্ৰাণী আৰু উদ্ভিদৰ সৃষ্টি হৈছে আৰু সিহঁতৰ মাজত থকা বৈসাদৃশ্যসমূহ পৰৱৰ্ত্তী প্ৰজন্ম সমূহত ঘটা নানা পৰিৱৰ্ত্তনৰ মাজেদি বিকশিত হৈছে, এই মত।