অমাৰ্জনীয়অমাৰ্জিতভাবে কৌতুকপূৰ্ণ

অমাৰ্জিত (Assamese) [ Roman: o.mar.jit]
alt: অমাৰ্জ্জিত
Contributed by: ৰূপকমল on 2007-04-02
1. (Proper Adj.) having very crude, rude behavior unsuitable for/in a civilized society (but not harmful and may not have sexual reference). ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।