অমিতভাষিতাঅমিতা
অমিতভাষী (Assamese) [ Roman: o.mi.to.bha.xi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
English: garrulous,
Assamese: অতিবক্তা, অমিতভাষী, কথকী, কথা চহকী, চালপেনীয়া, চেলবেলীয়া, ফটুৱা, বহু-বক্তা, বহুবল্কী, বহুভাষী, বাচাল, বৰকথকী, মুখেশ্বৰ, মুখৰ, মেলেকী, লাউপাত কচুপাত,
Bodo: थाव थेलेफा, सावलुन,
Nepali: अतिवक्ता, धेरै बोल्ने, बहुबल्की
অমিতভাষী (Assamese) [ Roman: o.mi.to.bha.xi]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-20
1. (Proper Adj.-Common) talking too much, often of no use যি অতি বেছিকৈ, সাধাৰণতে অদৰকাৰী কথা কয়