অমৰনগৰঅমৰপতি

অমৰনাথ (Assamese) [ Roman: o.mor.nath]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
1. (Proper Noun-Masculine) The King of the gods or Devas and Lord of Heaven or Svargaloka in Vedic Hinduism. স্বৰ্গৰ (অমৰাৱতীৰ) ৰজা৷

Contributed by: Atul Ch. Kakoti on 2009-04-02
2. Hinduism(Proper Noun) A cave with a Siva dham where artificial "Siva Ling" is made up of ice. It is situated in the northern Kashmir of the Himalayas. উত্তৰ কাশ্মীৰত অৱস্থিত অমৰনাথ গুহা এখন শিৱস্হান৷ ইয়াক বৰফানি বাবা বুলিও কোৱা হয়৷ কিয়নো ইয়াত জুন, জুলাই আৰু আগস্ট মাহত কৃত্ৰিম বৰফৰ শিৱলিংগৰ উত্পতি হয়৷ ই হিন্দুৰ এখন তীৰ্থস্হান৷