অযুতঅযোগীয়

অযোগবাহ (Assamese) [ Roman: o.jo`.go.bah]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-28
Ref: চন্দ্ৰকান্ত অভিধান
1. Language-Linguistics(Abstract Noun) letters which are not used or pronouned by themselves without being joined with others. অনুস্বাৰ, বিসৰ্গ, চন্দ্ৰবিন্দু আদি যিবোৰ আখৰ স্বতন্ত্ৰ হৈ নাথাকে বা স্বতন্ত্ৰভাৱে উচ্চাৰিত নহয়|
English: diacritic,
Assamese: অযোগবাহ