অসমাপিকা ক্ৰিয়াঅসমী

অসমাপ্ত (Assamese) [ Roman: o.xo.map.to]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-09-02
1. (Proper Adj.-Neuter) unable to reach the end or complete আধা হৈ থকা বা পূৰ নোহোৱা ৷

Contributed by: Partha P Sarmah on 2007-09-02
2. (Abstract Noun) (of payment, work etc.) not yet paid, done, solved দিবলৈ থকা পইচা, পৰিশোধ কৰিবলৈ বাকী থকা ঋণ, সমাধান নোহোৱাকৈ থকা সমস্যা ইত্যাদি