অৰাতিঅৰি

অৰাত্ৰিকা (Assamese) [ Roman: o.ra.tri.ka]
Contributed by: Aklantika Saikia on 2010-02-19
1. Religious-Mythological(Abstract Noun) Evening worship in Hinduism, with incense, flowers, and chant, and with lights swung in front of the image, Arati is the distorted form of Aratrika; devotional song and dance infront of a deity গধূলি মূৰ্তি গোসাঁইৰ আগত চাকি দি দবা-ঘণ্টা বজোৱা কাৰ্য; উপাসনাৰ সময়ত বিগ্ৰহৰ সন্মুখত সমৱেত হৈ পৰিৱেশন কৰা ভক্তিমূলক গীত আৰু নৃত্য