অৱতাৰঅৱতাৰণা কৰ্

অৱতাৰণা (Assamese) [ Roman: o.wo.ta.ro.na]
Contributed by: Swapnita Kakati on 2006-03-27
1. (Abstract Noun) the time at which something is brought in action or the act of bringing something into action কোনো কাৰ্য্য ৰূপায়ণ কৰাৰ সময় বা কাৰ্য্যত পৰিণত কৰাটো

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-02-07
2. (Verbal Noun) the act of put forward or mentioning of an idea কোনো কথা ডাঙি ধৰা বা উল্লেখ কৰা কাৰ্য্য